Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

বিশিষ্ট টেনিছ খেলুৱৈ শ্ৰী নৰেশ কুমাৰৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ শোক


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিশিষ্ট টেনিছ খেলুৱৈ শ্ৰী নৰেশ কুমাৰৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে৷

এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়,

“ভাৰতৰ ক্ৰীড়া ক্ষেত্ৰলৈ অগ্ৰণী অৱদান আগবঢ়োৱাৰ বাবে শ্ৰী নৰেশ কুমাৰ সদায় স্মৰণীয় হৈ ৰ’ব৷ টেনিছৰ জনপ্ৰিয়কৰণত তেওঁ এক গূৰূত্বপূৰ্ণ ভূমিকা পালন কৰিছিল৷ এগৰাকী মহান খেলুৱৈ হোৱাৰ উপৰি তেওঁ এগৰাকী ব্যতিক্ৰমী পৰামৰ্শ দাতাও আছিল৷ তেওঁৰ বিয়োগত দুখ প্ৰকাশ কৰিছো৷ মই তেওঁৰ পৰিয়াল আৰু বন্ধুবৰ্গৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছো৷ ওম শান্তি৷”