প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীৰ পুৰানা কিল্লাত অনুষ্ঠিত বিকশিত ভাৰত ৰাষ্ট্ৰদূত শিল্পী কৰ্মশালাৰ প্ৰশংসা কৰে, য’ত ৫০,০০০তকৈ অধিক শিল্পী সমবেত হৈছে৷
বিকশিত ভাৰত ৰাষ্ট্ৰদূতৰ এটা টুইটাৰ পোষ্টৰ সঁহাৰি জনাই প্ৰধানমন্ত্ৰীয়ে কয়;
“এক প্ৰশংসনীয় প্ৰচেষ্টা! দেখি আনন্দিত হৈছো যে কাৰ্যসূচীত যথেষ্ট সংখ্যক কলাপ্ৰেমীৰ সমাগম হৈছে৷”
A commendable effort! Glad to see so many art lovers at the programme. https://t.co/W48uCi5HUZ
— Narendra Modi (@narendramodi) March 11, 2024
***
DS/ST/DB
A commendable effort! Glad to see so many art lovers at the programme. https://t.co/W48uCi5HUZ
— Narendra Modi (@narendramodi) March 11, 2024