Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

বিকশিত ভাৰতৰ দৃষ্টিভংগী বাস্তৱায়িত কৰাৰ দিশত আমাৰ সামূহিক প্ৰচেষ্টা ত্বৰান্বিত কৰিব এই বাজেটে – প্ৰধানমন্ত্ৰী


 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ বিকাশৰ বাবে এক পৰিৱৰ্তনশীল পদক্ষেপ হিচাপে কেন্দ্ৰীয় বাজেট ২০২৫ক প্ৰশংসা কৰি দেশৰ বিকশিত ভাৰতৰ পথ ক্ষিপ্ৰ কৰাৰ ক্ষেত্ৰত ইয়াৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ ওপৰত আলোকপাত কৰে।

কেন্দ্ৰীয় বাজেটে এআই, খেলনা উৎপাদন, কৃষি, জোতা, খাদ্য প্ৰক্ৰিয়াকৰণ, আৰু গিগ অৰ্থনীতিকে ধৰি বিভিন্ন খণ্ডত উদ্ভাৱন, উদ্যোগীকৰণ, আৰু বহনক্ষম বিকাশৰ ভেটি স্থাপন কৰে।

MyGov ৰ এক্স পোষ্ট থ্ৰেডৰ উত্তৰত প্ৰধানমন্ত্ৰী মোদীয়ে লিখিছে;

“এয়া এনে এখন বাজেট যিয়ে আমাৰ সামূহিকভাৱে বিকশিত ভাৰত গঢ়াৰ সংকল্পৰ দিশত গতি বৃদ্ধি কৰিব।! #ViksitBharatBudget2025”

*****

MJPS/ST/SKS