প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৫ চনৰ জানুৱাৰী মাহত তেওঁৰ এমাহজোৰা কাৰ্যসূচীৰ আভাস শ্বেয়াৰ কৰিছে, যিয়ে বিকশিত ভাৰত গঢ়াৰ প্ৰতি তেওঁৰ অটল দায়বদ্ধতাক প্ৰতিফলিত কৰিছে।
গোটেই মাহটো, শ্ৰী মোদীয়ে গুৰুত্বপূৰ্ণ নীতিগত সিদ্ধান্ত, বিশ্বজনীন কূটনৈতিক সংযোগ আৰু ভাৰতৰ বিকাশ আৰু আন্তঃৰাষ্ট্ৰীয় সুনাম শক্তিশালী কৰাৰ লক্ষ্যৰে পৰিৱৰ্তনশীল পদক্ষেপৰ সৈতে সক্ৰিয়ভাৱে জড়িত হৈ থাকিল।
নিজৰ কাৰ্যসূচীৰ সবিশেষ ভাগ-বতৰা কৰি শ্ৰী মোদীয়ে এক্সত লিখিছে;
“জানুৱাৰী ২০২৫ ছবিত…
বিকশিত ভাৰতৰ দিশে যাত্ৰা পূৰ্ণোদ্যমে অগ্ৰসৰ হৈ আছে!
nm-4.com/f7nyzA
নমো এপৰ মাধ্যমত”
January 2025 in pictures…
The journey towards a Viksit Bharat marches ahead with full vigour!https://t.co/PIckiG5gxR
via NaMo App pic.twitter.com/Ya0UkVajdD
— Narendra Modi (@narendramodi) January 30, 2025
**********
MJPS/ST
January 2025 in pictures...
— Narendra Modi (@narendramodi) January 30, 2025
The journey towards a Viksit Bharat marches ahead with full vigour!https://t.co/PIckiG5gxR
via NaMo App pic.twitter.com/Ya0UkVajdD