প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সন্ধিয়া বাৰাণসীৰ ঐতিহ্যমণ্ডিত তুলসী মানস মন্দিৰ দৰ্শন কৰে৷ এই উপলক্ষে তেওঁ ‘ৰামায়ণ’ক লৈ প্ৰস্তুত কৰা এটি ডাক টিকট মুকলি কৰে৷ অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে কয় যে সমাজত ডাক টিকটৰ এক বিশেষ স্থান আছে৷ ইতিহাসক সংৰক্ষিত কৰা ই হ’ল এক উৎকৃষ্ট উপায়৷ ভগৱান ৰামৰ জীৱন আৰু আদৰ্শই সকলোকে কিদৰে অনুপ্ৰেৰিত কৰি আহিছে, সেয়াও প্ৰধানমন্ত্ৰীয়ে উল্লখ কৰে৷
ইয়াৰ পাছতে তেওঁ দূৰ্গা মাতা মন্দিৰ আৰু দূৰ্গা কুণ্ড দৰ্শন কৰে৷
*****
AKT/NT/MS
Released postage stamps on the Ramayana. pic.twitter.com/E6wYPh2hmy
— Narendra Modi (@narendramodi) September 22, 2017
Honoured to pray at the Tulsi Manas Mandir, one of Kashi’s historical temples. pic.twitter.com/7RYqFVl59Q
— Narendra Modi (@narendramodi) September 22, 2017
From the Darshan at the Durga Mata Temple and visit to Durga Kund. pic.twitter.com/bstURnNdYB
— Narendra Modi (@narendramodi) September 22, 2017