Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

‘বাণিজ্য’ আৰু ‘লজিষ্টিক্স’ ক্ষেত্ৰৰ প্ৰাণকেন্দ্ৰ হ’বলৈ আগবাঢ়িছে ভাৰত: প্ৰধানমন্ত্ৰী


বিশ্ব বেংকৰ ‘এলপিআই ২০২৩’ প্ৰতিবেদনৰ তথ্য অনুসৰি, বহুতো দেশতকৈ ভাল “টাৰ্ণ এৰাউণ্ড টাইম”ৰ সৈতে ভাৰতীয় বন্দৰসমূহৰ দক্ষতা আৰু উৎপাদনশীলতা বৃদ্ধি হৈছে বুলি বন্দৰ, জাহাজ পৰিবহন আৰু জলপথ মন্ত্ৰালয়ে ‘টুইট’ কৰিছে।

প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে;

“বন্দৰ-নেতৃত্বাধীন উন্নয়নে সঞ্চালিত কৰা  ভাৰত বাণিজ্য আৰু লজিষ্টিকৰ প্ৰাণকেন্দ্ৰ হৈ উঠিছে।”

***