প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বসব জয়ন্তীৰ পৱিত্ৰ উপলক্ষত জগতগুৰু বসবেশ্বৰলৈ শ্ৰদ্ধা নিবেদন কৰিছে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে ২০২০ ত জগতগুৰু বসবেশ্বৰ সন্দৰ্ভত তেখেতে প্ৰদান কৰা ভাষণো শ্বেয়াৰ কৰিছে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে এইবুলি টুইট কৰেঃ
“বসব জয়ন্তীৰ পৱিত্ৰ উপলক্ষত জগতগুৰু বসবেশ্বৰক শ্ৰদ্ধা জনাইছো। তেওঁৰ চিন্তা আৰু আদৰ্শই সমগ্ৰ বিশ্বৰ লক্ষ-লক্ষ লোকক শক্তি যোগাই আছে। মই ২০২০ ত জগতগুৰু বসবেশ্বৰ সন্দৰ্ভত প্ৰদান কৰা ভাষণ শ্বেয়াৰ কৰিছো।”
Tributes to Jagadguru Basaveshwara on the sacred occasion of Basava Jayanthi. His thoughts and ideals keep giving strength to millions of people across the world. Sharing a speech of mine from 2020 in which I spoke about Jagadguru Basaveshwara. https://t.co/RMDe2caUbd
— Narendra Modi (@narendramodi) May 3, 2022
ಬಸವ ಜಯಂತಿಯ ಈ ಶುಭಸಂದರ್ಭದಲ್ಲಿ ಜಗದ್ಗುರು ಬಸವೇಶ್ವರರಿಗೆ ಗೌರವ ನಮನಗಳು. ಬಸವಣ್ಣನವರ ಚಿಂತನೆ, ಬೋಧನೆ ಹಾಗು ತತ್ವಾದರ್ಶಗಳು ಜಗತ್ತಿನಾದ್ಯಂತ ಲಕ್ಷಾಂತರ ಜನರಿಗೆ ಶಕ್ತಿ ತುಂಬುತ್ತಿದೆ. ಜಗಜ್ಯೋತಿ ಬಸವೇಶ್ವರರ ಕುರಿತು 2020ರಲ್ಲಿ ನಾನು ಮಾಡಿದ ಭಾಷಣವನ್ನು ಹಂಚಿಕೊಳ್ಳುತ್ತಿರುವೆ.https://t.co/RMDe2bTiMD
— Narendra Modi (@narendramodi) May 3, 2022