প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘বসন্ত পঞ্চমী’ আৰু ‘সৰস্বতী পূজা’ উপলক্ষে সকলোলৈকে শুভেচ্ছা জ্ঞাপন কৰে।
‘এক্স’ৰ এটা ‘পোষ্ট’ত তেওঁ লিখিছে:
“বসন্ত পঞ্চমী আৰু সৰস্বতী পূজাৰ পৱিত্ৰ অনুষ্ঠান উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছোঁ।”
***
MJPS/SR/KB
सभी देशवासियों को बसंत पंचमी और सरस्वती पूजा की बहुत-बहुत शुभकामनाएं।
— Narendra Modi (@narendramodi) February 2, 2025
Best wishes on the auspicious occasions of Basant Panchami and Saraswati Puja.