Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

বন্যপ্ৰাণী সুৰক্ষাৰ বাবে দেশবাসীৰ প্ৰতিশ্ৰুতিৰ ওপৰত আলোকপাত প্ৰধানমন্ত্ৰীৰ


আজি বিশ্ব বন্যপ্ৰাণী দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ বৈচিত্ৰময় বন্যপ্ৰাণী সুৰক্ষাৰ প্ৰতিশ্ৰুতিৰ ওপৰত আলোকপাত কৰে। MyGovIndia ৰ এটা এক্স পোষ্টৰ উত্তৰত তেওঁ লিখিছে –

“বন্যপ্ৰাণী সুৰক্ষাৰ বাবে ভাৰতৰ দায়বদ্ধতাৰ এয়া এক অনবদ্য আভাস! #বিশ্ব বন্যপ্ৰাণী দিৱস”

 

***

MJPS/SR