১. |
ভাৰত-মালদ্বীপৰ গ্ৰহণ: ব্যাপক অৰ্থনৈতিক আৰু সামুদ্ৰিক সুৰক্ষা অংশীদাৰিত্বৰ বাবে এক দৃষ্টিভংগী গ্ৰহণ। |
||
২. |
ভাৰত চৰকাৰে বিনামূলীয়াকৈ মালদ্বীপৰ উপকূলৰক্ষী বাহিনীৰ জাহাজ ‘হুৰাভি’ৰ মেৰামতি কৰিব। |
||
|
মুকলি / উদ্বোধন / হস্তান্তৰ |
||
১. |
মালদ্বীপত ‘ৰূপে’ কাৰ্ড’ মুকলি। |
||
২. |
‘হানিমধু আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ’ (এইচআইএ)ৰ নতুন ৰানৱে’ উদ্বোধন। |
||
৩. |
‘এক্সিম বেঙ্ক’ৰ ‘ক্ৰেতা ঋণ সুবিধা’-ৰ অধীনত নিৰ্মিত ৭০০টা ‘সামাজিক আৱাস গোট’ৰ হস্তান্তৰণ। |
||
|
স্বাক্ষৰ দান/ বুজাবুজি চুক্তিৰ নৱীকৰণ |
মালদ্বীপ পক্ষৰ প্ৰতিনিধি |
ভাৰতীয় পক্ষৰ প্ৰতিনিধি |
১. |
মুদ্ৰা বিনিময় চুক্তি |
মালদ্বীপ মানিটেৰী অথ’ৰিটী’-ৰ গৱৰ্ণৰ শ্ৰী আহমেদ মুনাৱাৰ |
বিত্ত মন্ত্ৰালয়ৰ ‘অৰ্থনৈতিক পৰিক্ৰমা বিভাগ’ৰ সচিব শ্ৰী অজয় শেঠ |
২. |
ভাৰতীয় গণৰাজ্যৰ ‘ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা বিশ্ববিদ্যালয়’ আৰু মালদ্বীপ গণৰাজ্যৰ ‘ৰাষ্ট্ৰীয় আৰক্ষী মহাবিদ্যালয় আৰু আইন প্ৰৱৰ্তন’ৰ মাজত বুজাবুজি চুক্তি |
শ্ৰীযুত ইব্ৰাহিম শ্বাহিব, মালদ্বীপৰ ভাৰতস্থ উচ্চায়ুক্ত |
ড০ ৰাজেন্দ্ৰ কুমাৰ, গৃহ মন্ত্ৰালয়ৰ সীমান্ত ব্যৱস্থাপনা সচিব |
৩. |
দুৰ্নীতি প্ৰতিৰোধ আৰু মোকাবিলা কৰাৰ ক্ষেত্ৰত দ্বিপাক্ষিক সহযোগিতাৰ বাবে ‘কেন্দ্ৰীয় অনুসন্ধান ব্যুৰো’ আৰু মালদ্বীপৰ ‘দুৰ্নীতি বিৰোধী আয়োগ’ৰ মাজত বুজাবুজি চুক্তি |
শ্ৰীযুত ইব্ৰাহিম শ্বাহিব, মালদ্বীপৰ ভাৰতস্থ উচ্চায়ুক্ত |
ড০ ৰাজেন্দ্ৰ কুমাৰ, গৃহ মন্ত্ৰালয়ৰ সীমান্ত ব্যৱস্থাপনা সচিব |
৪. |
মালদ্বীপৰ ন্যায়িক বিষয়াসকলৰ বাবে প্ৰশিক্ষণ আৰু সামৰ্থ্য বৰ্দ্ধন কাৰ্যসূচীৰ সন্দৰ্ভত ‘ভাৰতীয় ৰাষ্ট্ৰীয় ন্যায়িক একাডেমী’ (এনজেএআই) আৰু মালদ্বীপৰ ‘ন্যায়িক সেৱা আয়োগ’ (জেএছচি)ৰ মাজত বুজাবুজি চুক্তিৰ নৱীকৰণ |
শ্ৰীযুত ইব্ৰাহিম শ্বাহিব, মালদ্বীপৰ ভাৰতস্থ উচ্চায়ুক্ত |
ড০ ৰাজেন্দ্ৰ কুমাৰ, গৃহ মন্ত্ৰালয়ৰ সীমান্ত ব্যৱস্থাপনা সচিব |
৫. |
ক্ৰীড়া আৰু যুৱ পৰিক্ৰমাৰ ক্ষেত্ৰত সহযোগিতাৰ লক্ষ্যৰে ভাৰত আৰু মালদ্বীপৰ মাজত বুজাবুজি চুক্তিৰ নৱীকৰণ |
শ্ৰীযুত ইব্ৰাহিম শ্বাহিব, মালদ্বীপৰ ভাৰতস্থ উচ্চায়ুক্ত |
ড০ ৰাজেন্দ্ৰ কুমাৰ, গৃহ মন্ত্ৰালয়ৰ সীমান্ত ব্যৱস্থাপনা সচিব |
ক্ৰ
নং |
ঘোষণাসমূহ |
---|
********
MJPS/SR/KB
Key outcomes which will deepen India-Maldives friendship. @MMuizzu https://t.co/kD1EYXoJMb
— Narendra Modi (@narendramodi) October 7, 2024