1. |
বিদ্যুৎ শক্তিৰ আমদানি/ৰপ্তানিৰ হেতু এইচ ভি ডি চি আন্তঃসংযোগ ৰূপায়ণৰ বাবে ভাৰত চৰকাৰ আৰু শ্ৰীলংকা চৰকাৰৰ মাজত বুজাবুজি চুক্তি। |
অধ্যাপক কে টি এম উদয়ংগা হেমাপালা, সচিব, শক্তি মন্ত্ৰালয় |
শ্ৰী বিক্ৰম মিশ্ৰি, |
2. |
ভাৰত চৰকাৰৰ ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয় আৰু শ্ৰীলংকা চৰকাৰৰ ডিজিটেল অৰ্থনীতি মন্ত্ৰালয়ৰ মাজত ডিজিটেল ৰূপান্তৰৰ বাবে জনসংখ্যা স্কেলত ৰূপায়িত সফল ডিজিটেল সমাধানৰ ভাগ-বতৰা কৰাৰ ক্ষেত্ৰত সহযোগিতা সম্পৰ্কে বুজাবুজি চুক্তি। |
শ্ৰী ৱাৰুনা শ্ৰী ধনপালা, ভাৰপ্ৰাপ্ত সচিব, ডিজিটেল অৰ্থনীতি মন্ত্ৰালয় |
শ্ৰী বিক্ৰম মিশ্ৰি, |
3. |
ভাৰত চৰকাৰ, শ্ৰীলংকা চৰকাৰ আৰু সংযুক্ত আৰব আমিৰশ্বাহী চৰকাৰৰ মাজত শক্তি কেন্দ্ৰ হিচাপে ট্ৰিংকোমালিৰ উন্নয়নত সহযোগিতাৰ বাবে বুজাবুজি চুক্তি। |
অধ্যাপক কে টি এম উদয়ংগা হেমাপালা, সচিব, শক্তি মন্ত্ৰালয় |
শ্ৰী বিক্ৰম মিশ্ৰি, |
4. |
ভাৰত চৰকাৰ আৰু শ্ৰীলংকা চৰকাৰৰ মাজত প্ৰতিৰক্ষা সহযোগিতাৰ বুজাবুজি চুক্তি। |
এয়াৰ ভাইচ মাৰ্শ্বাল সম্পাথ থুয়াকন্থা (অৱসৰপ্ৰাপ্ত), সচিব, প্ৰতিৰক্ষা মন্ত্ৰালয় |
শ্ৰী বিক্ৰম মিশ্ৰি, |
5. |
পূব প্ৰদেশৰ বাবে বহুখণ্ডীয় অনুদান সাহায্যৰ বুজাবুজি চুক্তি |
শ্ৰী কে এম এম ছিৰিৱৰ্দনা, সচিব, বিত্ত, পৰিকল্পনা আৰু অৰ্থনৈতিক উন্নয়ন মন্ত্ৰালয় |
শ্ৰী সন্তোষ ঝা, শ্ৰীলংকাস্থিত ভাৰতীয় উচ্চায়ুক্ত |
6. |
ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয় আৰু শ্ৰীলংকা চৰকাৰৰ স্বাস্থ্য আৰু গণমাধ্যম মন্ত্ৰালয়ৰ মাজত স্বাস্থ্য আৰু চিকিৎসাৰ ক্ষেত্ৰত সহযোগিতা সম্পৰ্কে বুজাবুজি চুক্তি। |
ডাঃ অনিল জাসিংহে, সচিব, স্বাস্থ্য আৰু গণমাধ্যম মন্ত্ৰালয় |
শ্ৰী সন্তোষ ঝা, শ্ৰীলংকাস্থিত ভাৰতীয় উচ্চায়ুক্ত |
7. |
ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ ভাৰতীয় ফাৰ্মাকোপিয়া আয়োগ আৰু শ্ৰীলংকা চৰকাৰৰ ৰাষ্ট্ৰীয় ঔষধ নিয়ন্ত্ৰণ কৰ্তৃপক্ষৰ মাজত ফাৰ্মাকোপিয়া সহযোগিতাৰ বুজাবুজি চুক্তি। |
ডাঃ অনিল জাসিংহে, সচিব, স্বাস্থ্য আৰু গণমাধ্যম মন্ত্ৰালয় |
শ্ৰী সন্তোষ ঝা, শ্ৰীলংকাস্থিত ভাৰতীয় উচ্চায়ুক্ত |
ক্ৰমিক নং | চুক্তি / বুজাবুজি চুক্তি | শ্ৰীলংকা পক্ষৰ প্ৰতিনিধি | ভাৰতীয় পক্ষৰ প্ৰতিনিধি |
---|
ক্ৰমিক নং |
প্ৰকল্পবোৰ |
১ |
মাহো-ওমন্থাই ৰে’লৱে লাইনৰ উন্নীতকৃত ৰে’লপথ উদ্বোধন। |
২ |
মহো-অনুৰাধাপুৰা ৰে’লপথৰ বাবে সংকেত ব্যৱস্থা নিৰ্মাণৰ শুভাৰম্ভ। |
৩ |
ছাম্পুৰ সৌৰশক্তি প্ৰকল্পৰ ভূমি পূজন অনুষ্ঠান (ভাৰ্চুৱেল)। |
৪ |
ডাম্বুল্লাত তাপমাত্ৰা নিয়ন্ত্ৰিত কৃষি গুদামৰ উদ্বোধন (ভাৰ্চুৱেল)। |
৫ |
সমগ্ৰ শ্ৰীলংকাৰ ৫০০০ ধৰ্মীয় প্ৰতিষ্ঠানৰ বাবে সৌৰ ছাদৰ ব্যৱস্থাৰ যোগান (ভাৰ্চুৱেল)। |
ঘোষণাবোৰ:
এই ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতত এক বিস্তৃত সামৰ্থ্য বিকাশ কাৰ্যসূচীৰ কথা ঘোষণা কৰে, যাৰ ফলত প্ৰতি বছৰে শ্ৰীলংকাৰ ৭০০ গৰাকী লোক উপকৃত হ’ব। তেওঁ ত্ৰিংকোমালীৰ থিৰুকনেশ্বৰম মন্দিৰ, নুৱাৰা এলিয়াৰ সীতা এলিয়া মন্দিৰ, অনুৰাধাপুৰাৰ পবিত্ৰ নগৰ চৌহদকে ধৰি গুৰুত্বপূৰ্ণ ধৰ্মীয় আৰু সাংস্কৃতিক স্থানসমূহৰ উন্নয়নৰ বাবে ভাৰতৰ অনুদান তথা সাহায্যৰ ওপৰতো আলোকপাত কৰে। ইয়াৰ উপৰিও ২০২৫ চনৰ আন্তঃৰাষ্ট্ৰীয় ভেছাক দিৱসত শ্ৰীলংকাত ভগৱান বুদ্ধৰ ধ্বংসাৱশেষ প্ৰদৰ্শনৰ পৰিকল্পনা নিশ্চিত কৰা হয়। এই ভ্ৰমণত ঋণ পুনৰ্গঠনৰ ওপৰত দ্বিপাক্ষিক সংশোধনী চুক্তিও সম্পাদন কৰা হয়।
*****
MJPS/SR/SKS
Addressing the press meet with President @anuradisanayake. https://t.co/yX4QG8WI4E
— Narendra Modi (@narendramodi) April 5, 2025
आज राष्ट्रपति दिसानायक द्वारा ‘श्रीलंका मित्र विभूषण’ से सम्मानित किया जाना मेरे लिए गौरव की बात है।
— PMO India (@PMOIndia) April 5, 2025
यह सम्मान केवल मेरा सम्मान नहीं है, बल्कि यह 140 करोड़ भारतीयों का सम्मान है।
यह भारत और श्रीलंका के लोगों के बीच ऐतिहासिक संबंधों और गहरी मित्रता का सम्मान है: PM @narendramodi
भारत के लिए यह गर्व का विषय है कि हमने एक सच्चे पड़ोसी मित्र के रूप में अपने कर्तव्यों का निर्वाहन किया है।
— PMO India (@PMOIndia) April 5, 2025
चाहे 2019 का आतंकी हमला हो, कोविड महामारी हो, या हाल में आया आर्थिक संकट, हर कठिन परिस्थिति में, हम श्रीलंका के लोगों के साथ खड़े रहे हैं: PM @narendramodi
हमारी Neighbourhood First policy और Vision ‘MAHASAGAR’, दोनों में श्रीलंका का विशेष स्थान है: PM @narendramodi
— PMO India (@PMOIndia) April 5, 2025
भारत ने सबका साथ सबका विकास के विजन को अपनाया है।
— PMO India (@PMOIndia) April 5, 2025
हम अपने पार्टनर देशों की प्राथमिकताओं को भी महत्व देते हैं।
पिछले 6 महीनों में ही हमने 100 मिलियन डॉलर से अधिक राशि के loan को grant में बदला है: PM @narendramodi
अनुराधापुरा महाबोधी मंदिर परिसर में sacred city, और ‘नुरेलिया’ में ‘सीता एलिया’ मंदिर के निर्माण में भी भारत सहयोग करेगा: PM @narendramodi
— PMO India (@PMOIndia) April 5, 2025
भारत और श्रीलंका के बीच सदियों पुराने आध्यात्मिक और आत्मीयता भरे संबंध हैं।
— PMO India (@PMOIndia) April 5, 2025
मुझे यह बताते हुए अत्यन्त ख़ुशी है कि 1960 में गुजरात के अरावली में मिले भगवान बुद्ध के relics को श्रीलंका में दर्शन के लिए भेजा जा रहा है।
त्रिंकोमाली के थिरुकोनेश्वरम मंदिर के renovation में भारत…
हमने मछुआरों की आजीविका से जुड़े मुद्दों पर भी चर्चा की।
— PMO India (@PMOIndia) April 5, 2025
हम सहमत हैं, कि हमें इस मामले में एक मानवीय approach के साथ आगे बढ़ना चाहिए।
हमने मछुआरों को तुरंत रिहा किये जाने और उनकी Boats को वापस भेजने पर भी बल दिया: PM @narendramodi