Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প’ৰ্ট ব্লেয়াৰত ত্ৰিৰংগ পতাকা উত্তোলনৰ ৭৫ তম বাৰ্ষিকীত নেতাজী সুভাষ চন্দ্ৰ বসুক স্মৰণ প্ৰধানমন্ত্ৰী


’ৰ্ট ব্লেয়াৰত ত্ৰিৰংগ পতাকা উত্তোলনৰ ৭৫তম বাৰ্ষিকীত নেতাজী সুভাষ চন্দ্ৰ বসুক স্মৰণ কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

 

এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়,

’৩০ ডিচেম্বৰ ১৯৪৩…প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে এটা স্মৰণীয় দিন, যিটো দিনত  বীৰ নেতাজী সুভাষ চন্দ্ৰ বসুৱে প’ৰ্ট ব্লেয়াৰত ত্ৰিৰংগ পতাকা উত্তোলন কৰিছিল। এই বিশেষ দিনটোৰ ৭৫তম বাৰ্ষিকীত মই প’ৰ্ট ব্লেয়াৰলৈ গৈছিলোঁ আৰু ত্ৰিৰংগ পতাকা উত্তোলন কৰি তেখেতৰ প্ৰতি সন্মান জনাইছিলোঁ। তাৰেই কিছু স্মৃতি সকলোৰে মাজত ভাগ বতৰা কৰিছোঁ।’

 

*********

 

DS/AKJ/KG