প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ডেৰাডুনৰ ‘কেভি অ’এনজিচি’ৰ ছাত্ৰী কুমাৰী দিয়াক পৰীক্ষা প্ৰসংগত নিজে লিখা কবিতা শ্বেয়াৰ কৰাৰ বাবে প্ৰশংসা কৰে।
‘কেন্দ্ৰীয় বিদ্যালয় সংগঠন’ৰ ‘টুইট’ৰ প্ৰতি সঁহাৰি জনাই প্ৰধানমন্ত্ৰীয়ে কয়;
“অতিকে সৃষ্টিশীল! চাপমুক্ত হৈ পৰীক্ষা দিয়াতো হৈছে সৰ্বশ্ৰেষ্ঠ পৰীক্ষা। আমি এই মাহৰ ২৭ তাৰিখে #ParikshaPeCharcha2023 ৰ সময়ত এই বিষয়ে আৰু অধিক আলোচনা কৰিম।”
— Narendra Modi (@narendramodi) January 7, 2023
***
DS/SH/KB
Very creative! Stress free exams are the best exams. We shall discuss this and more during #ParikshaPeCharcha2023 on the 27th of this month. https://t.co/12RCaDMWOk
— Narendra Modi (@narendramodi) January 7, 2023