প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মন্তব্য কৰে যে ‘পৰীক্ষা যোদ্ধাসকলে’ সততে আলোচনা কৰিব বিচৰা বিষয়সমূহৰ এটা হৈছে মানসিক স্বাস্থ্য আৰু সুস্থতা। “সেয়েহে, এই বছৰৰ ‘পৰীক্ষা পে’ চৰ্চা’ত এই বিষয়টোৰ প্ৰতি বিশেষভাৱে উৎসৰ্গিত এটা খণ্ড যুগুতোৱা হৈছে যিটো কাইলৈ, ১২ ফেব্ৰুৱাৰীত সম্প্ৰচাৰিত কৰা হ’ব”, শ্ৰী মোদীয়ে লগতে কয়।
প্ৰধানমন্ত্ৰীয়ে ‘এক্স’ত ‘পোষ্ট’ কৰিছে;
“#ExamWarriors-য়ে সততে আলোচনা কৰিব বিচৰা বিষয়সমূহৰ এটা হৈছে ‘মানসিক স্বাস্থ্য আৰু সুস্থতা’। সেয়েহে, এই বছৰৰ ‘পৰীক্ষা পে’ চৰ্চা’ত এই বিষয়টোৰ প্ৰতি বিশেষভাৱে সমৰ্পিত এটা খণ্ড যুগুতোৱা হৈছে যিটো কাইলৈ, ১২ ফেব্ৰুৱাৰীত সম্প্ৰচাৰিত হ’ব। আৰু আমাৰ লগত @deepikapadukone আছে, যি এই বিষয়টোৰ প্ৰতি বিশেষভাৱে আগ্ৰহ প্ৰকাশ কৰি আহিছে, তেওঁ এই সন্দৰ্ভত কথা পাতিছে।”
Among the most common topics #ExamWarriors want to discuss is mental health and wellbeing. Therefore, this year’s Pariksha Pe Charcha has an episode specially dedicated to this topic which will play tomorrow, 12th February. And we have @deepikapadukone, who is very passionate… https://t.co/rO5aJUzSyL
— Narendra Modi (@narendramodi) February 11, 2025
***
MJPS/VJ/SKS/KB