Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰৱাসী ভাৰতীয় দিৱস উপলক্ষে শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰৱাসী ভাৰতীয় দিৱস উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছে৷ তেওঁ লগতে বিশ্বজুৰি প্ৰৱাসী ভাৰতীয়সকলৰ অৱদান আৰু সফলতাক স্বীকাৰ কৰে৷

টুইটাৰৰ এক পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়;

“প্ৰবাসী ভাৰতীয় দিৱসৰ শুভেচ্ছা জনালোঁ। এয়া বিশ্বজুৰি প্ৰৱাসী ভাৰতীয়সকলৰ অৱদান আৰু কৃতিত্বক উদযাপন কৰাৰ দিন। আমাৰ চহকী ঐতিহ্য সংৰক্ষণ আৰু বৈশ্বিক সম্পৰ্ক শক্তিশালী কৰাৰ দিশত তেওঁলোকৰ নিষ্ঠা প্ৰশংসনীয়। তেওঁলোকে সমগ্ৰ বিশ্বতে ভাৰতৰ মনোভাৱক মূৰ্ত কৰি তোলে, ঐক্য আৰু বৈচিত্ৰ্যৰ ভাৱনাক লালন-পালন কৰে।”

*********

DS/ST/DB