Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ জন্ম বাৰ্ষিকী উপলক্ষে প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি


প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ জন্ম বাৰ্ষিকীত তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্সত লিখিছে-

 “দেশৰ অগ্ৰগতিত জ্ঞানৰ গভীৰতা তথা ৰাজনৈতিক নেতৃত্বৰে প্ৰভাৱ পেলোৱা প্ৰণৱ মুখাৰ্জীৰ জন্ম বাৰ্ষিকীত তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। তেওঁ দৃষ্টিভংগী আৰু নেতৃত্ব অতুলনীয় আছিল। ব্যক্তিগতভাৱে আমি অতি সমৃদ্ধ বাৰ্তালাপ কৰিছিলো। তেওঁৰ নিষ্ঠা আৰু জ্ঞানে প্ৰগতিৰ দিশে আমাৰ যাত্ৰাত চিৰকাল পথ প্ৰদৰ্শন কৰি থাকিব।”

 

 

***

DS/ST/DD/AT