Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰাক্তন সাংসদ তথা অধ্যক্ষ শ্ৰী সোমনাথ চেটাৰ্জীৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ শোক


 

প্ৰাক্তন সাংসদ তথা সোকসভাৰ অধ্যক্ষ শ্ৰী সোমনাথ চেটাৰ্জীৰ বিয়োগত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে  শোক প্ৰকাশ কৰিছে।

এক শোকবাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, প্ৰাক্তন সাংসদ তথা লোকভাৰ অধ্যক্ষ শ্ৰী সোমনাথ চেটাৰ্জী এগৰাকী নিষ্ঠাবান ভাৰতীয় ৰাজনীতিবিদ আছিল। তেওঁ দুখীয়া আৰু দুৰ্বল শ্ৰেণীৰ কল্যানৰ হকে শক্তিশালীভাৱে মাত মাতি আমাৰ সংসদীয় গণতন্ত্ৰক চহকী কৰি থৈ গৈছে। তেওঁৰ বিয়োগত দুঃখিত হৈছো।  তেওঁৰ পৰিয়ালৰ লগতে সমৰ্থকসকলৰ প্ৰতি মোৰ সমবেদনা জ্ঞাপন কৰিছো।

***

AKT/SH/DB