Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী শাৰদ যাদৱৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ শো


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী শাৰদ যাদৱৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে কয় যে তেওঁ ড০ লোহিয়াৰ আদৰ্শৰ দ্বাৰা যথেষ্ট অনুপ্ৰাণিত হৈছিল৷

এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়,

“শ্ৰী শাৰদ যাদৱ জীৰ বিয়োগত মৰ্মাহত হৈছো৷ তেওঁৰ দীৰ্ঘদিনীয়া ৰাজহুৱা জীৱনত এগৰাকী বিশিষ্ট সাংসদ আৰু মন্ত্ৰী হিচাপে কাৰ্যনিবাহ কৰিছিল৷ তেওঁ ড০ লোহিয়াৰ আদৰ্শৰ দ্বাৰা যথেষ্ট অনুপ্ৰাণিত হৈছিল৷ আমাৰ মত বিনিময়ৰ মুহুৰ্তবোৰ সদায় মনত ৰাখিম৷ তেওঁ পৰিয়াল আৰু গুণমুগ্ধসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিলো৷ ঔম শান্তি৷”

***

DS/SH/DB