Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰসিদ্ধ অধিবক্তা শ্ৰী শান্তি ভূষণৰ মৃত্যুত শোক প্ৰকাশ প্ৰধানমন্ত্ৰী


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰসিদ্ধ অধিবক্তা শ্ৰী শান্তি ভূষণৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে।

এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়;

“শ্ৰী শান্তি ভূষণজীক আইনী ক্ষেত্ৰত তেওঁৰ অৱদান আৰু দুখীয়াসকলৰহৈ মাত মাতি যোৱাৰ আগ্ৰহৰ বাবে স্মৰণ কৰা হ’ব।তেওঁৰ মৃত্যুত আঘাত পাইছো। তেওঁৰ শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছোঁ। ঔঁম শান্তি।”

***

DS/SH