Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এন্টনি আলবেনিজৰ সৈতে বাৰ্তালাপ কৰে


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এন্টনি আলবেনিজৰ সৈতে বাৰ্তালাপ কৰে। দুয়োগৰাকী নেতাই কোৱাডকে প্ৰমুখ্য কৰি বহুপক্ষীয় মঞ্চত দ্বিপাক্ষিক সম্পৰ্ক আৰু সহযোগিতাৰ অগ্ৰগতি সম্পৰ্কে বুজ লয়।

এই সন্দৰ্ভত প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্সত কয়ঃ

“মোৰ বন্ধু এন্টনি আলবেনিজৰ সৈতে বাৰ্তালাপ কৰি সন্তোষ পাইছোঁ। আমি কোৱাডকে প্ৰমুখ্য কৰি বহুপক্ষীয় মঞ্চসমূহত আমাৰ দ্বিপাক্ষিক সম্পৰ্ক আৰু সহযোগিতাৰ অগ্ৰগতি সম্পৰ্কে বুজ লওঁ।”

***

MJPS/TS/SB