Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ঈদ-উল-ফিতৰ উপলক্ষে সকলোকে শুভেচ্ছা জনাইছে


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ঈদ-উল-ফিতৰ উপলক্ষে সকলোকে শুভেচ্ছা জনাইছে।

ছচিয়েল মিডিয়া এক্সত এটা পোষ্টত তেওঁ লিখিছে:

“ঈদ-উল-ফিতৰৰ শুভকামনা।

এই উৎসৱে আমাৰ সমাজত আশা, সদ্ভাৱ আৰু দয়াৰ ভাব বৃদ্ধি কৰক। আপোনালোকৰ সকলো প্ৰয়াসত প্ৰসন্নতা আৰু সফলতা প্ৰাপ্ত হওক।

ঈদ মুবাৰক!”

**********

MJPS/SR