Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ ব্ৰিটেইনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰীযুত ঋষি সুনক আৰু তেওঁৰ পৰিয়ালৰ


নতুন দিল্লীত আজি ব্ৰিটেইনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰীযুত ঋষি সুনক আৰু তেওঁৰ পৰিয়ালে প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

দুয়োগৰাকী বিশিষ্ট ব্যক্তিয়ে বহু বিষয়ত এক সুন্দৰ বাৰ্তালাপ কৰে।

শ্ৰী মোদীয়ে কয় যে শ্ৰীযুত সুনক ভাৰতৰ এগৰাকী মহান বন্ধু আৰু ভাৰত-ব্ৰিটেইনৰ আৰু অধিক শক্তিশালী সম্পৰ্কৰ প্ৰতি আবেগিক।

প্ৰধানমন্ত্ৰীয়ে এক্সৰ পোষ্টত কয়;

‘ব্ৰিটেইনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰী ঋষি সুনক আৰু তেওঁৰ পৰিয়ালক লগ পাই আনন্দিত হলোঁ! বহু বিষয়ত আমাৰ মাজত এক সুন্দৰ কথা-বতৰা হয়।

শ্ৰীযুত সুনক ভাৰতৰ এগৰাকী মহান বন্ধু আৰু ভাৰত-ব্ৰিটেইনৰ আৰু অধিক শক্তিশালী সম্পৰ্কৰ প্ৰতি আবেগিক।

@RishiSunak @SmtSudhaMurty”

 

***

MJPS/ST/DB