প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰধানমন্ত্ৰী আয়ুষ্মান ভাৰত স্বাস্থ্য আন্তঃগাঁথনি মিছন (পিএম-এবিএইচআইএম)ৰ ৰূপায়ণ আৰু প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা (পিএম-জেএৱাই)ৰ অধীনত আয়ুষ্মান ভাৰত কাৰ্ড বিতৰণ আৰম্ভ কৰাৰ বাবে দিল্লী চৰকাৰক প্ৰশংসা কৰে।
এক্স-ত দিল্লীৰ মুখ্যমন্ত্ৰীৰ এটা পোষ্টৰ উত্তৰত শ্ৰী মোদীয়ে কয়ঃ
“দিল্লীৰ স্বাস্থ্য খণ্ডৰ সৈতে জড়িত এক বৈপ্লৱিক পদক্ষেপ! ডাবল ইঞ্জিন চৰকাৰৰ এই অভিযান ইয়াত থকা মোৰ লাখ লাখ ভাই-ভনীৰ বাবে অত্যন্ত লাভজনক হ’ব। মই অতি আনন্দিত যে দিল্লীবাসীয়েও এতিয়া আয়ুষ্মান যোজনাৰ অধীনত চিকিৎসা লাভ কৰিব।”
दिल्ली के हेल्थ सेक्टर से जुड़ा एक क्रांतिकारी कदम! डबल इंजन सरकार का यह मिशन यहां के मेरे लाखों भाई-बहनों के लिए बेहद फायदेमंद होने वाला है। मुझे बहुत खुशी है कि दिल्लीवासी भी अब आयुष्मान योजना के तहत अपना इलाज करा पाएंगे। https://t.co/8QjzdBqcNe
— Narendra Modi (@narendramodi) April 11, 2025
***
MJPS/SR/MK