নিখিল বিশ্ব গায়ত্ৰী পৰিবাৰৰ মুৰব্বী ড০ প্ৰণৱ পাণ্ডিয়াই আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰাৰ লগতে প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিলৈ ১.২৫ কোটি টকাৰ ডিমাণ্ড ড্ৰাফট আগবঢ়ায়।
***
AKT/SH/DB
Head of All World Gayatri Pariwar, Dr. Pranav Pandya, called on Prime Minister @narendramodi today, and presented a demand draft of Rs 1.25 crore towards the Prime Minister`s National Relief Fund. pic.twitter.com/ZEQBKa5GcX
— PMO India (@PMOIndia) September 6, 2018