Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীৰ পেৰিছত ভাৰতীয় সমুদায়ৰ সৈতে বাৰ্তালাপ

প্ৰধানমন্ত্ৰীৰ পেৰিছত ভাৰতীয় সমুদায়ৰ সৈতে বাৰ্তালাপ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পেৰিছৰ লা ছিন মিউজিকেলত ভাৰতীয় সমুদায়ক সম্বোধন কৰে।

নিজৰ সম্বোধনৰ সময়তপ্ৰধানমন্ত্ৰীয়ে বহুমুখী ভাৰতফ্ৰাঞ্চ ৰণনীতিগত বন্ধুত্বৰ ওপৰত আলোকপাত কৰেযি নিজৰ ২৫তম বৰ্ষপূৰ্তি পালন কৰি আছে।

প্ৰধানমন্ত্ৰীয়ে ফ্ৰাঞ্চৰ মাৰ্ছেইলিত নতুন বাণিজ্য দূতাৱাস মুকলি কৰাৰ কথাও ঘোষণা কৰে।

প্ৰধানমন্ত্ৰীয়ে ফ্ৰাঞ্চত ভাৰতীয় সমুদায়ৰ যোগদানৰ ওপৰত আলোকপাত কৰেযি ভাৰতফ্ৰাঞ্চ বন্ধুত্বৰ বাবে এক শক্তিশালী ভেটি নিৰ্মাণ কৰিছে।