ঘোষণাসমূহ
ক. প্ৰতিৰক্ষা আৰু ৰণনীতি |
||
১ |
জাপান নৌসেনা স্ব–প্ৰতিৰক্ষা বাহিনী আৰু ভাৰতীয় নৌবাহিনীৰ মাজত গভীৰ সহযোগিতাৰ ব্যৱস্থাপনা প্ৰণয়ন |
ভাৰতীয় নৌবাহিনী আৰু জাপান নৌসেনা স্ব–প্ৰতিৰক্ষা বাহিনীৰ মাজত নৌবাহিনী বিষয়ক সজাগতাৰ তথ্য বিনিময় বাবে বৃহৎ সহযোগিতা |
খ. ডিজিটেল আৰু নতুন প্ৰযুক্তিসমূহ |
||
২ |
জাপান–ভাৰত ডিজিটেল সহযোগিতাৰ ওপৰত বৈদ্যুতিক আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয় আৰু অৰ্থনীতি, বাণিজ্য তথা উদ্যোগ মন্ত্ৰালয়ৰ মাজত এমঅ’চি |
জাপানৰ ‘‘ছ’চাইটী ৫.০’’ আৰু ভাৰতৰ ধ্বজ্বাবাহী কাৰ্যসূচী যেনে ‘‘ডিজিটেল ভাৰত’’, ‘‘স্মাৰ্ট চিটী’’ আৰু ‘‘স্মাৰ্ট–আপ ভাৰত’’ আদিৰ মাজত সহযোগিতা তথা সম্পুৰকতা স্থাপন কৰি পৰৱৰ্তী প্ৰজন্মৰ প্ৰযুক্তি যেনে কৃত্ৰিম বুদ্ধিমতা (এআই) আৰু আইঅ’টি (ইণ্টাৰনেট অব্ থিংছ) ইত্যাদিৰ দিশলৈ অগ্ৰসৰ হোৱা৷ |
৩ |
নিটি আয়োগ আৰু জাপানৰ অৰ্থনীতি, বাণিজ্য তথা উদ্যোগ মন্ত্ৰালয় (এমইটিআই)ৰ মাজত কৃত্ৰিম বুদ্ধিমতা (এআই) সন্দৰ্ভত অভিপ্ৰায়ৰ বিবৃতি |
কৃত্ৰিম বুদ্ধিমতা প্ৰযুক্তিৰ সহযোগিতাৰ বিকাশক উৎসাহিত কৰিবলৈ |
গ. স্বাস্থ্যসেৱা আৰু কল্যাণ |
||
৪ |
স্বাস্থ্যসেৱা আৰু কল্যাণৰ ক্ষেত্ৰত ভাৰতৰ গণৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয় আৰু জাপান চৰকাৰৰ স্বাস্থ্যসেৱা নীতিৰ কাৰ্যালয়, কেবিনেট সচিবালয় তথা জাপানৰ স্বাস্থ্য, শ্ৰমিক আৰু কল্যাণ মন্ত্ৰালয়ৰ মাজত হোৱা এমঅ’চি |
ভাৰত আৰু জাপানৰ মাজত সাদৃশিক ক্ষেত্ৰসমূহ যেনে প্ৰাথমিক স্বাস্থ্যসেৱা, অসংক্ৰাম্যকৰণ ৰোগৰ প্ৰতিৰোধ আৰু শিশু স্বাস্থ্য সেৱা, অনাময়, স্বাস্থ্যবিধি, পুষ্টি আৰু জ্যেষ্ঠ নাগৰিকৰ সেৱা আদি বিষয়সমূহৰ সহযোগিতাৰ বাবে কাৰ্যকৰী ক্ষেত্ৰসমূহ চিনাক্ত কৰিবলৈ ব্যৱস্থাপনা প্ৰণয়ন কৰিবলৈ |
৫ |
স্বাস্থ্যসেৱা আৰু কল্যাণৰ ক্ষেত্ৰত ভাৰতৰ গণৰাজ্যৰ আয়ুস মন্ত্ৰালয় আৰু জাপান চৰকাৰৰ কানাগৱা প্ৰিফেকচুৱেলৰ মাজত এমঅ’চি |
স্বাস্থ্যসেৱা আৰু কল্যাণৰ ক্ষেত্ৰত ভাৰতৰ গণৰাজ্যৰ আয়ুস মন্ত্ৰালয় আৰু জাপান চৰকাৰৰ কানাগৱা প্ৰিফেকচুৱেলৰ মাজত এমঅ’চি |
৬ |
ভাৰতৰ খাদ্য সুৰক্ষা আৰু মানক প্ৰাধিকৰণ (এফএছএছএআই) আৰু জাপানৰ খাদ্য সুৰক্ষা আয়োগ, জাপানৰ গ্ৰাহক পৰিক্ৰমা সংস্থা, জাপানৰ স্বাস্থ্য, শ্ৰমিক আৰু কল্যাণ মন্ত্ৰালয়ৰ মাজত খাদ্য সুৰক্ষা সন্দৰ্ভত বুজাবুজিৰ চুক্তিপত্ৰ৷ |
খাদ্য সুৰক্ষা ক্ষেত্ৰত ভাৰত আৰু জাপানৰ সংস্থাসমূহৰ মাজত সহযোগিতা বৃদ্ধি কৰাৰ বাবে |
ঘ. খাদ্যৰ মূল্য শৃংখলা আৰু কৃষিগত ক্ষেত্ৰসমূহ |
||
৭ |
খাদ্য সংসাধন উদ্যোগৰ ক্ষেত্ৰত খাদ্য সংসাধন আৰু উদ্যোগ মন্ত্ৰালয় আৰু জাপানৰ কৃষি, বন আৰু মীনপালন বিভাগৰ মন্ত্ৰালয়ৰ মাজত এমঅ’চি৷ |
ইয়াৰ জৰিয়তে ভাৰতৰ খাদ্য সংসাধন উদ্যোগত প্ৰাসংগিক ষ্টেকহ’ল্ডাৰ যেনে স্থানীয় চৰকাৰ, ব্যক্তিগত উদ্যোগ ইত্যাদিসমূহৰ অন্তৰ্ভুক্তিৰ দ্বাৰা বিকাশৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে৷ |
৮ |
ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয় আৰু জাপানৰ কৃষি, বন আৰু মীনপালন মন্ত্ৰালয়ৰ মাজত কৃষি আৰু মীন পালন খণ্ডত জাপানৰ দ্বাৰা ভাৰতত বিনিয়োগৰ উত্তৰণৰ কাৰ্যসূচী৷ |
জাপানৰ উদ্যোগসমূহৰ বাবে বিনিয়োগৰ পৰিবেশ সৃষ্টিৰ বাবে কৃষিগত মূল্য শৃংখলা আৰু মীনপালন লগতে একুৱাকালচাৰৰ বিকাশৰ উত্তৰণ কৰিবলৈ৷ |
৯ |
মহাৰাষ্ট্ৰত খাদ্য শৃংখল মূল্য বিকাশৰ বাবে মহাৰাষ্ট্ৰ চৰকাৰ আৰু জাপানৰ কৃষি, বন তথা মীনপালন মন্ত্ৰালয়ৰ মাজত এমঅ’চি৷ |
মহাৰাষ্ট্ৰত খাদ্য মূল্য শৃংখলত জাপানৰ উদ্যোগসমূহৰ বাবে বিনিয়োগ পৰিবেশ সৃষ্টি কৰিবলৈ৷ |
১০ |
উত্তৰ প্ৰদেশত খাদ্য শৃংখল মূল্য বিকাশৰ বাবে উত্তৰ প্ৰদেশ চৰকাৰ আৰু জাপানৰ কৃষি, বন তথা মীনপালন মন্ত্ৰালয়ৰ মাজত এমঅ’চি৷ |
উত্তৰ প্ৰদেশত খাদ্য মূল্য শৃংখলত জাপানৰ উদ্যোগসমূহৰ বাবে বিনিয়োগ পৰিবেশ সৃষ্টি কৰিবলৈ৷ |
ঙ. অৰ্থনীতি |
||
১১ |
ভাৰতৰ এক্সপ’ৰ্ট ক্ৰেডিট গ্যাৰেণ্টী কৰ্পৰেচন আৰু জাপানৰ নেক্সিৰ মাজত বুজাবুজিৰ চুক্তিপত্ৰ৷ |
ভাৰত আৰু জাপানৰ মাজত বাণিজ্য আৰু বিনিয়োগৰ সৱলীকৰণ কৰি তৃতীয় বিশ্বৰ দেশসমূহত প্ৰকল্প ৰূপায়নত সহযোগিতা প্ৰদান কৰাৰ বাবে৷ |
চ. ডাক |
||
১২ |
ভাৰতৰ যোগাযোগ মন্ত্ৰালয় আৰু জাপানৰ অন্তঃৱৰ্তী পৰিক্ৰমা আৰু যোগাযোগ মন্ত্ৰালয়ৰ মাজত ডাক ক্ষেত্ৰত এমঅ’চি৷ |
ভাৰতৰ যোগাযোগ মন্ত্ৰালয় আৰু জাপানৰ অন্তঃৱৰ্তী পৰিক্ৰমা আৰু যোগাযোগ মন্ত্ৰালয়ৰ মাজত ডাক সেৱা স্থাপনৰ জৰিয়তে ডাক ক্ষেত্ৰত সহযোগিতা সৱলীকৰণ কৰিবলৈ৷ |
ছ. এছএণ্ডটি, শৈক্ষিক বিনিময় আৰু পৰিবেশ |
||
১৩ |
ভাৰতৰ বিজ্ঞান আৰু ঔদ্যোগিক গৱেষণা আয়োগ (চিএছআইআৰ) আৰু জাপানৰ ইণ্ডিয়া আৰু হিৰশ্বিমা বিশ্ববিদ্যালয়ৰ মাজত গৱেষণা সহযোগিতাৰ বাবে বুজাবুজিৰ চুক্তিপত্ৰ৷ |
বিদ্যুত, ছেন্সৰ, উচ্চ গতিৰ দৃষ্টি, ৰব’টিকছ, মেকাট্ৰ’নিকছক অন্তৰ্ভুক্ত কৰি অত্যাধুনিক নিৰ্মাণ, পৰিবেশসংক্ৰান্তীয় গৱেষণা, বুদ্ধিদ্বীপ্ত পৰিবহণ ইত্যাদিৰ গৱেষণাৰ উত্তৰণ কৰিবলৈ৷ |
১৪ |
ভাৰতৰ বিজ্ঞান আৰু ঔদ্যোগিক গৱেষণা আয়োগ (চিএছআইআৰ) আৰু জাপানৰ ৰিচাৰ্ছ চেণ্টাৰ ফ’ৰ এডভান্সড ছায়েন্স এণ্ড টেকন’ল’জি (আৰচিএএছটি), টকিঅ’ বিশ্ববিদ্যালয়ৰ মাজত বুজাবুজিৰ চুক্তিপত্ৰ৷ |
পুনৰ নৱীকৰণযোগ্য শক্তি, ৰব’টিকছ/আইঅ’টি, অত্যাধুনিক সামগ্ৰী ইত্যাদিকে ধৰি বৈদ্যুতিকৰ গৱেষণা সহযোগিতা উত্তৰণ কৰিবলৈ৷ |
১৫ |
ভাৰতৰ বিজ্ঞান আৰু ঔদ্যোগিক গৱেষণা আয়োগ (চিএছআইআৰ) আৰু জাপানৰ ইন্সটিটিউট অব্ ইন’ভেটিভ ৰিচাৰ্ছ, টকিঅ’ ইন্সটিটিউট অব্ টেকন’ল’জি (টিআইটি)ৰ মাজত যৌথ ঔদ্যোগিক গৱেষণাৰ বাবে চুক্তিপত্ৰ৷ |
অত্যাধুনিক সামগ্ৰী, জৈৱবিজ্ঞান আৰু তথ্য প্ৰযুক্তিৰ ক্ষেত্ৰত ভাৰতৰ বিজ্ঞান আৰু ঔদ্যোগিক গৱেষণা আয়োগ (চিএছআইআৰ) আৰু জাপানৰ ইন্সটিটিউট অব্ ইন’ভেটিভ ৰিচাৰ্ছ, টকিঅ’ ইন্সটিটিউট অব্ টেকন’ল’জি (টিআইটি)ৰ মাজত গৱেষণাৰ সহযোগিতা স্থাপন কৰিবলৈ৷ |
১৬ |
ভাৰতৰ যোগাযোগ মন্ত্ৰালয় আৰু জাপানৰ অন্তঃৱৰ্তী পৰিক্ৰমা আৰু যোগাযোগ মন্ত্ৰালয়ৰ মাজত ডাক ক্ষেত্ৰত এমঅ’চি৷ |
ভাৰতৰ যোগাযোগ মন্ত্ৰালয় আৰু জাপানৰ অন্তঃৱৰ্তী পৰিক্ৰমা আৰু যোগাযোগ মন্ত্ৰালয়ৰ মাজত ডাক সেৱা স্থাপনৰ জৰিয়তে ডাক ক্ষেত্ৰত সহযোগিতা সৱলীকৰণ কৰিবলৈ৷ |
১৭ |
ভাৰত আৰু জাপানৰ মাজত পৰিবেশ সহযোগিতাৰ এমঅ’চি৷ |
পৰিবেশ সুৰক্ষা আৰু উত্তৰণৰ বাবে ভাৰত আৰু জাপানৰ মাজত সহযোগিতা বৃদ্ধিৰ উত্তৰণ কৰিবলৈ৷ |
১৮ |
ভাৰতৰ নেচনেল ইন্সটিটিউট অব্ ফাৰ্মাচিউটিকেল এডুকেচন এণ্ড ৰিচাৰ্ছ (এনআইপিইআৰ) আৰু জাপানৰ শ্বিজুকা বিশ্ববিদ্যালয়ৰ মাজত শৈক্ষিক আৰু গৱেষণা বিনিময়ৰ বাবে বুজাবুজিৰ চুক্তিপত্ৰ৷ |
নেচনেল ইন্সটিটিউট অব্ ফাৰ্মাচিউটিকেল এডুকেচন এণ্ড ৰিচাৰ্ছ এছ.এ.এছ নগৰ আৰু শ্বিজুকা বিশ্ববিদ্যালয়ৰ মাজত শৈক্ষিক সংযোগক উত্তৰণ কৰিবলৈ৷ |
১৯ |
ইণ্ডো জাপান গ্ল’বেল ষ্টাৰ্টআপক আগুৱাই নিবলৈ নাগাছাকি বিশ্ববিদ্যালয় আৰু ভাৰতৰ আইআইটিডিএমকে কাঞ্চীপুৰমৰ মাজত বুজাবুজিৰ চুক্তিপত্ৰ৷ |
ইণ্ডো–জাপান গ্ল’বেল ষ্টাৰ্টআপৰ সৈতে তথ্য প্ৰযুক্তি আৰু মানৱ সংসাধন বিকাশ৷ |
২০ |
ভাৰতৰ আইআইটি, হায়দৰাবাদ আৰু জাপানৰ হিৰশ্বিমা বিশ্ববিদ্যালয়ৰ মাজত শৈক্ষিক বিনিময়ৰ বাবে বুজাবুজিৰ চুক্তিপত্ৰ৷ |
দুয়োখন প্ৰতিষ্ঠানৰ শিক্ষাৰ্থী আৰু শিক্ষকৰ মাজত যৌথ গৱেষণা আৰু বিনিময়ৰ উত্তৰণ৷ |
২১. |
আইআইটি হায়দৰাবাদ আৰু নেচনেল ইন্সটিটিউট অব্ এডভান্সড ইণ্ডাষ্ট্ৰিয়েল ছায়েন্স এণ্ড টেকন’ল’জিৰ মাজত বুজাবুজিৰ চুক্তিপত্ৰ৷ |
দুয়োখন প্ৰতিষ্ঠানৰ শিক্ষাৰ্থী আৰু শিক্ষকৰ মাজত যৌথ গৱেষণা আৰু বিনিময়ৰ উত্তৰণ৷ |
২২ |
কানপুৰ আইআইটি আৰু ফেকাল্টি, গ্ৰেডুৱেট স্কুল আৰু স্কুল অব্ ইঞ্জিনিয়াৰিং, গ্ৰেডুৱেট স্কুল অব্ ইনফ’ৰ্মেছন ছায়েন্স এণ্ড টেকন’ল’জি, গ্ৰেডুৱেট স্কুল অব্ কেমিকেল ছায়েন্স আৰু ইঞ্জিনিয়াৰিং, হক্কাইড’ বিশ্ববিদ্যালয়ৰ মাজত শৈক্ষিক বিনিময়ৰ চুক্তিপত্ৰ তথা শিক্ষাৰ্থী বিনিময়ৰ বাবে কানপুৰ আইআইটি আৰু গ্ৰেডুৱেট স্কুল আৰু স্কুল অব্ ইঞ্জিনিয়াৰিং, গ্ৰেডুৱেট স্কুল অব্ ইনফ’ৰ্মেছন ছায়েন্স এণ্ড টেকন’ল’জি, গ্ৰেডুৱেট স্কুল অব্ কেমিকেল ছায়েন্স আৰু ইঞ্জিনিয়াৰিং, হক্কাইড’ বিশ্ববিদ্যালয়ৰ মাজত বুজাবুজিৰ চুক্তিপত্ৰ৷ |
দুয়োখন প্ৰতিষ্ঠানৰ শিক্ষাৰ্থী আৰু শিক্ষকৰ মাজত যৌথ গৱেষণা আৰু বিনিময়ৰ উত্তৰণ৷ |
জ. ক্ৰীড়া |
||
২৩ |
ভাৰতৰ ক্ৰীড়া প্ৰাধিকৰণ (এছএআই) আৰু জাপানৰ ছুকুবা বিশ্ববিদ্যালয়ৰ মাজত শৈক্ষিক বিনিময় আৰু ক্ৰীড়া সহযোগিতাৰ বাবে বুজাবুজিৰ চুক্তিপত্ৰ৷ |
যৌথ কাৰ্যসূচীৰ জৰিয়তে ক্ৰীড়া ক্ষেত্ৰৰ বিকাশৰ সহযোগিতাক সৱলীকৰণ কৰিবলৈ৷ |
ঝ. ঋণ চুক্তিৰ বাবে তথ্যৰ বিনিময়ঃ |
||
২৪ |
মুম্বাই–আহমেদাবাদ হাইস্পীড ৰে’ল (২)ৰ নিৰ্মাণৰ প্ৰকল্প |
|
২৫ |
উমিয়াম–উমত্ৰু পৰ্যায়–৩ হাইড্ৰ’ইলেক্ট্ৰিক শক্তি কেন্দ্ৰৰ পুনৰ নিৰ্মাণ তথা আধুনিকীকৰণৰ প্ৰকল্প |
|
২৬ |
দিল্লী মাছ ৰেপিড ট্ৰেন্সপ’ৰ্ট ব্যৱস্থা প্ৰকল্প (পৰ্যায় ৩)(৩) |
|
২৭ |
উত্তৰ পূব পথ নেটৱৰ্ক সংযোগী উন্নয়ন প্ৰকল্প (পৰ্যায় ৩)(১) |
|
২৮ |
ত্ৰিপুৰাৰ বহনক্ষম জল নিৰ্গমন অৰণ্য ব্যৱস্থাপনা প্ৰকল্প |
|
জি২বি/বি২বি চুক্তিপত্ৰ |
||
২৯ |
জাপানৰ কাগ’মে কোঃ লিমিটেড আৰু ভাৰত চৰকাৰৰ খাদ্য সংসাধন উদ্যোগ মন্ত্ৰালয়ৰ মাজত বুজাবুজিৰ চুক্তিপত্ৰ৷ |
|
৩০ |
ভাৰতীয় ষ্টেট বেংক (এছবিআই) আৰু এছবিআই পে’মেণ্ট ছাৰ্ভিচ প্ৰাইভেট লিমিটেড তথা হিটাচি পে’মেণ্ট ছাৰ্ভিচেছ প্ৰাইভেট লিমিটেডৰ মাজত যৌথ সহযোগিতাৰ চুক্তি |
|
৩১ |
জাপানৰ নিছান ষ্টীল কোঃ লিমিটেড আৰু ভাৰত চৰকাৰৰ খাদ্য সংসাধন উদ্যোগ মন্ত্ৰালয়ৰ মাজত বুজাবুজিৰ চুক্তিপত্ৰ |
|
৩২ |
ভাৰত আৰু জাপান চৰকাৰৰ সমৰ্থনত ভাৰতত বিনিয়োগ কৰাৰ বাবে জাপানৰ ৫৭টা উদ্যোগ আৰু জাপানত বিনিয়োগ কৰাৰ বাবে ১৫টা ভাৰতীয় উদ্যোগৰ মাজত ব্যক্তিগত খণ্ডৰ বিনিয়োগ প্ৰকল্পৰ বাবে লেটাৰ অব্ ইনটেণ্ট আৰু প্ৰাপ্তিস্বীকাৰ পত্ৰ৷ |
|
ক্ৰমিক নং | বুজাবুজিৰ চুক্তিপত্ৰ/চুক্তি/সন্ধিৰ নাম | বিৱৰণ |
---|
***
AKT/SH/VK/MANN