Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীৰ ওমান ভ্ৰমণৰ সময়ত স্বাক্ষৰিত হোৱা বুজাবুজিৰ চূক্তিসমূহ (১১ ফেব্ৰুৱাৰী, ২০১৮)

প্ৰধানমন্ত্ৰীৰ ওমান ভ্ৰমণৰ সময়ত স্বাক্ষৰিত হোৱা বুজাবুজিৰ চূক্তিসমূহ (১১ ফেব্ৰুৱাৰী, ২০১৮)

প্ৰধানমন্ত্ৰীৰ ওমান ভ্ৰমণৰ সময়ত স্বাক্ষৰিত হোৱা বুজাবুজিৰ চূক্তিসমূহ (১১ ফেব্ৰুৱাৰী, ২০১৮)


অসামৰিক আৰু বাণিজ্যিক বিষয়ত আইনী আৰু ন্যায়িক সহযোগিতাৰ চূক্তি

ৰাজনৈতিক, বিশেষ সেৱা আৰু আনুষ্ঠানিক পাছপোৰ্টৰ ক্ষেত্ৰত পাৰস্পৰিক ভিছা ৰেহাইৰ বাবে বুজাবুজিৰ চূক্তি

স্বাস্থ্যক্ষেত্ৰত সহযোগিতাৰ বাবে বুজাবুজিৰ চূক্তি

বৰ্হি-মহাকাশৰ শান্তিপূৰ্ণ ব্যৱহাৰৰ ক্ষেত্ৰত সহযোগিতাৰ বাবে বুজাবুজিৰ চূক্তি

বৈদেশিক সেৱা প্ৰতিষ্ঠান, বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়, ভাৰত আৰু ওমান ডিপ্ল’মেটিক প্ৰতিষ্ঠানৰ মাজত সহযোগিতাৰ বাবে বুজাবুজিৰ চূক্তি

ওমানৰ নেশ্যনেল ডিফেন্স কলেজ অৱ চুলটানেট আৰু সুৰক্ষা অধ্যয়ন আৰু বিশ্লেষণ প্ৰতিষ্ঠানৰ মাজত শৈক্ষিক আৰু গৱেষণাৰ ক্ষেত্ৰত সহযোগিতাৰ বাবে বুজাবুজিৰ চূক্তি

ভাৰত আৰু ওমানৰ মাজত পৰ্যটনৰ ক্ষেত্ৰত সহযোগিতাৰ বাবে বুজাবুজিৰ চূক্তি

সোনাবাহিনীৰ ক্ষেত্ৰত সহযোগিতাৰ বাবে বুজাবুজিৰ চূক্তি

ক্ৰমিক নং বুজাবুজিৰ চূক্তিসমূহ

 

***

AKT/SH/HS/PRK