Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীয়ে হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ বাবে শ্ৰী সুখৱিন্দৰ সিং সুখুক শুভেচ্ছা জ্ঞাপন কৰে


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ বাবে শ্ৰী সুখৱিন্দৰ সিং সুখুক অভিনন্দন জ্ঞাপন কৰিছে।

এটা টুইটত প্ৰধানমন্ত্ৰীয়ে কয়;

“হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ বাবে শ্ৰী সুখৱিন্দৰ সিং সুখুজীলৈ অভিনন্দন। হিমাচল প্ৰদেশৰ অধিক উন্নয়নৰ ক্ষেত্ৰত কেন্দ্ৰৰ পৰা ৰাজ্যখনে সকলো ধৰণৰ সহযোগিতা লাভ কৰিব বুলি মই আশ্বাস দিছো।”

 

***

DS/ST/MS