Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীয়ে ‘মিছন ১০০% বৈদ্যুতীকৰণ’ৰ সফলতাৰ বাবে কোংকণ ৰে’লৱেৰ টীমক অভিনন্দন জনা


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘মিছন ১০০% বৈদ্যুতীকৰণ’ৰ চমকপ্ৰদ সফলতা তথা দীৰ্ঘস্থায়ী বিকাশৰ নতুন অভিলেখ স্থাপন কৰা বাবে কোংকণ ৰে’লৱেৰ টীমক অভিনন্দন জনাইছে।

 

এটা টুইটত প্ৰধানমন্ত্ৰীয়ে কৈছে:

 

“সমগ্ৰ কোংকণ ৰে’লৱে টীমক ‘মিছন ১০০% বৈদ্যুতীকৰণ’ৰ চমকপ্ৰদ সফলতা তথা দীৰ্ঘস্থায়ী বিকাশৰ নতুন অভিলেখ স্থাপন কৰা বাবে অভিনন্দন।”

 

***

DS/ST