প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি মিঃ ইমানুৱেল মেক্ৰনৰ দ্ৰুত আৰোগ্য আৰু সু-স্বাস্থ্য কামনা কৰিছে। ফ্ৰান্সৰ ৰাষ্ট্ৰপতিগৰাকী কভিড-১৯ত আক্ৰান্ত হৈছে।
প্ৰধানমন্ত্ৰীয়ে কয়, ‘মোৰ প্ৰিয় বন্ধু ইমানুৱেল মেক্ৰনৰ দ্ৰুত আৰোগ্য আৰু সু-স্বাস্থ্য কামনা কৰিছোঁ।’
**********
DS/VJ/KG
Wishing my dear friend @EmmanuelMacron a speedy recovery and the best of health.
— Narendra Modi (@narendramodi) December 17, 2020