প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৮ ছেপ্তেম্বৰ,২০২০ৰ পুৱা ১১বজাত এখ ভিডিঅ’ কনফাৰেন্সৰ মাধ্যেমেৰ জয়পুৰত পত্ৰিকা গেট উদ্বোধন কৰিব।
প্ৰখ্যাত গেটখন পত্ৰিকা গ্ৰুপ অৱ নিউজপেপাৰ্ছ-এ জয়পুৰৰ জৱাহৰলাল নেহৰু মাৰ্গত নিৰ্মাণ কৰিছে।
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অনুষ্ঠানত গ্ৰুপটোৰ অধ্যক্ষই লিখা দুখন গ্ৰন্থও উন্মোচন কৰিব।
অনুষ্ঠানটো ডিডি নিউজত পোনপটীয়াকৈ সম্প্ৰচাৰ কৰা হ’ব।
*********
VRRK/AKP