প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নৱৰাত্ৰিৰ দ্বিতীয় দিনা সকলো ভক্তৰ বাবে মা ব্ৰহ্মচাৰিণীৰ আশীৰ্বাদ বিচাৰে।
শ্ৰী মোদীয়ে দেৱীৰ প্ৰাৰ্থনাও (স্তুতি) ভাগ-বতৰা কৰে।
প্ৰধানমন্ত্ৰীয়ে এইদৰে টুইট কৰে;
“আজি মা ব্ৰহ্মচাৰিণীৰ বিশেষ উপাসনাৰ দিন, মাতৃৰ দ্বিতীয় ৰূপ। মই আশা কৰোঁ যে তেওঁ সকলো ভক্তক শক্তি, সামৰ্থ আৰু লক্ষ্য সিদ্ধিৰ আশীৰ্বাদ কৰক। এই স্তুতি আপোনাৰ বাবে…”
***
DS/ST/MANN
आज माता के द्वितीय स्वरूप मां ब्रह्मचारिणी के विशेष पूजन का दिन है। मेरी कामना है कि वे अपने सभी भक्तों को शक्ति, सामर्थ्य और लक्ष्यसिद्धि का आशीर्वाद दें। उनकी यह स्तुति आपके लिए… pic.twitter.com/dgAfYZvf3i
— Narendra Modi (@narendramodi) September 27, 2022