Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীয়ে গুৰু পূজা উপলক্ষে স্বাধীনতা সংগ্ৰামী পাসুমপোন মুথুৰামলিং থেৱাৰক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুৰু পূজা উপলক্ষে স্বাধীনতা সংগ্ৰামীপাসুমপোন মুথুৰামলিং থেৱাৰক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰেপ্ৰধানমন্ত্ৰীয়ে টুইট কৰে;

মহান পসুমপোন মুথুৰামলিংগ থেৱাৰক গুৰু পূজা উপলক্ষে প্ৰণাম জনাইছো। আমাৰ দেশৰ সামাজিক সবলীকৰণ, কৃষক কল্যাণ আৰু দৰিদ্ৰতা দূৰ কৰাত তেওঁৰ অসাধাৰণ অৱদানৰ কথাও মনত পেলাইছো। তেওঁৰ আদৰ্শই আমাক সদায় অনুপ্ৰাণিত কৰি থাকিব।”

***

DS/ST/MS