Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতি আৰু উপ-ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰে আৰু দেৱালীৰ শুভেচ্ছা জনায়

প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতি আৰু উপ-ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰে আৰু দেৱালীৰ শুভেচ্ছা জনায়

প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতি আৰু উপ-ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰে আৰু দেৱালীৰ শুভেচ্ছা জনায়


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক সাক্ষাত কৰি দেৱালীৰ শুভেচ্ছা জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে এক্সত এইদৰে পোষ্ট কৰিছেঃ

“ৰাষ্ট্ৰপতিজীক সাক্ষাত কৰি দেৱালীৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।”

প্ৰধানমন্ত্ৰীয়ে উপ-ৰাষ্ট্ৰপতি শ্ৰী জগদীপ ধনখৰকো সাক্ষাৎ কৰি শুভেচ্ছা জ্ঞাপন কৰে।

শ্ৰী নৰেন্দ্ৰ মোদীয়ে এক্সত পোষ্ট কৰিছেঃ

“উপ-ৰাষ্ট্ৰপতি শ্ৰী জগদীপ ধনখৰজীক সাক্ষাৎ কৰি দেৱালীৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।”

***************

DS/KG