Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীয়ে ৰাজস্থানৰ চিত্তৌৰগড়ৰ সাঁৱৰিয়া শেঠ মন্দিৰত দৰ্শন আৰু পূজা-অৰ্চনা কৰে

প্ৰধানমন্ত্ৰীয়ে ৰাজস্থানৰ চিত্তৌৰগড়ৰ সাঁৱৰিয়া শেঠ মন্দিৰত দৰ্শন আৰু পূজা-অৰ্চনা কৰে


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজস্থানৰ চিত্তৌৰগড়ৰ সাঁৱৰিয়া শেঠ মন্দিৰত দৰ্শন আৰু পূজাঅৰ্চনা কৰে।

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰে;

চিত্তৌৰগড়ৰ ঐতিহাসিক শ্ৰী সাঁৱৰিয়া শেঠ মন্দিৰত দৰ্শনপূজন কৰি অভিভূত। ইয়াত মই ৰাজস্থানৰ মোৰ পৰিয়ালৰ লোকসকলৰ সুখসমৃদ্ধি কামনা কৰোঁ।

**********

 

DS/TS