Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীয়ে ৰাজঘাটত মহাত্মা গান্ধীৰ জন্মজয়ন্তী উপলক্ষে পুষ্পাঞ্জলি জ্ঞাপন কৰ

প্ৰধানমন্ত্ৰীয়ে ৰাজঘাটত মহাত্মা গান্ধীৰ জন্মজয়ন্তী উপলক্ষে পুষ্পাঞ্জলি জ্ঞাপন কৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজঘাটত মহাত্মা গান্ধীৰ জন্মজয়ন্তী উপলক্ষে পুষ্পাঞ্জলি জ্ঞাপন কৰে।

এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়;

“ৰাজঘাটত মহাত্মা গান্ধীক পুষ্পাঞ্জলি জ্ঞাপন কৰোঁ। তেওঁৰ আদৰ্শ বিশ্বব্যাপী প্ৰতিধ্বনিত হৈছে আৰু তেওঁৰ চিন্তাই লাখ লাখ লোকক শক্তি প্ৰদান কৰিছে। #GandhiJayanti “

***

DS/ST/MANN