প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কক্লিয়াৰ ইমপ্লাণ্ট আঁচনিৰ প্ৰভাৱক প্ৰশংসা কৰে য’ত ৫ বছৰ বয়সলৈকে শিশুক বিনামূলীয়াকৈ এয়া অস্ত্ৰোপচাৰ কৰা হয়। অস্ত্ৰোপচাৰৰ ব্যয় হৈছে ৬ লাখ টকা।
কেন্দ্ৰীয় শক্তি আৰু গধুৰ উদ্যোগ ৰাজ্যিক মন্ত্ৰী শ্ৰী কৃষ্ণ পাল গুৰ্জাৰৰ এটা টুইট শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীয়ে টুইট কৰে;
‘‘খুব সুন্দৰ তথ্য ৷ শিশুৰ সুৰক্ষাৰ বাবে আমি সদায়েই সমৰ্পিত ৷’’
बहुत अच्छी जानकारी। बच्चों की स्वास्थ्य सुरक्षा के लिए हम सदैव समर्पित हैं। https://t.co/9X0iNoKOze
— Narendra Modi (@narendramodi) March 3, 2023
***
DS/TS/MM
बहुत अच्छी जानकारी। बच्चों की स्वास्थ्य सुरक्षा के लिए हम सदैव समर्पित हैं। https://t.co/9X0iNoKOze
— Narendra Modi (@narendramodi) March 3, 2023