Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীয়ে ১৯৯৬ শ্ৰীলংকান ক্ৰিকেট দলৰ সদস্যসকলৰ সৈতে বাৰ্তালাপ কৰে


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ১৯৯৬ চনত ৱৰ্ল্ড কাপ জয় কৰা শ্ৰীলংকান ক্ৰিকেট দলৰ সদস্যসকলৰ সৈতে বাৰ্তালাপ কৰে।

এক্সত বেলেগ বেলেগ পোষ্টত তেওঁ লিখিছে:

“ক্ৰিকেট সংযোগ!

১৯৯৬ শ্ৰীলংকান ক্ৰিকেট দলৰ সদস্যসকলৰ সৈতে বাৰ্তালাপ কৰি আনন্দিত, যি সেই বছৰ ৱৰ্ল্ড কাপ জয় কৰিছিল। এই দলটোৱে অগণন ক্ৰীড়া প্ৰেমীৰ কল্পনা ধৰি ৰাখিছিল!”

“கிரிக்கெட் மூலமான பிணைப்பு!

 

1996 உலகக் கிண்ணத்தை வெற்றிகொண்ட அன்றைய இலங்கை கிரிக்கட் அணியின் வீரர்களுடன் கலந்துரையாடியமையையிட்டு பெருமகிழ்வடைகின்றேன். இந்த அணியினர் எண்ணற்ற விளையாட்டு இரசிகர்களது மனதைக் கவர்ந்திருந்தனர்!”

**********

MJPS/SR