Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীয়ে হিমাচল প্ৰদেশৰ জনসাধাৰণক ৰাজ্যখনৰ প্ৰতিষ্ঠা দিৱসৰ শুভেচ্ছা জনাইছে


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে হিমাচল প্ৰদেশৰ জনসাধাৰণক ৰাজ্যখনৰ প্ৰতিষ্ঠা দিৱসৰ শুভেচ্ছা জনাইছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্সত এইদৰে প’ষ্ট কৰে;

“হিমাচল প্ৰদেশৰ মোৰ পৰিয়ালৰ সদস্যসকল প্ৰকৃতি, শিল্প আৰু সংস্কৃতিৰ প্ৰতি থকা প্ৰেমৰ লগতে সাহসৰ বাবে জনাজাত। তেওঁলোক সদায় স্বকীয় গৌৰৱময় ঐতিহ্য সংৰক্ষণৰ বাবে সমৰ্পিত। ৰাজ্যখনৰ প্ৰতিষ্ঠা দিৱসত তেওঁলোকলৈ মোৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।”

***

DS/ST/SB
(Release ID: 1999406)