প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পৰিচালনাৰ দ্বাৰা যোৱা বিত্ত বৰ্ষৰ ২৪,৬২০ কোটি টকাৰ তুলনাত বিত্ত বৰ্ষ ২০২২-২৩ৰ বাবে প্ৰায় ২৬,৫০০ কোটি টকাৰ (প্ৰভিজনেল আৰু আনঅডিটেড) উচ্চতম ৰাজহ সৃষ্টিৰ বাবে এইচএএলৰ সমগ্ৰ টীমৰ প্ৰশংসা কৰিছে। কোম্পানীটোৱে যোৱা বছৰৰ তুলনাত এই বছৰ ৮ শতাংশৰ ৰাজহ বৃদ্ধি নথিভুক্ত কৰিছে।
এইচএএলৰ টুইটৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে টুইট কৰিছে;
“অসাধাৰণ! মই এইচএএলৰ সমগ্ৰ টীমৰ তেওঁলোকৰ উল্লেখযোগ্য উৎসাহ আৰু উদ্দীপনাৰ বাবে প্ৰশংসা কৰিছো।”
Exceptional! I laud the entire team of HAL for their remarkable zeal and passion. https://t.co/KgGaCDh82R
— Narendra Modi (@narendramodi) April 1, 2023
**********
DS/ST
Exceptional! I laud the entire team of HAL for their remarkable zeal and passion. https://t.co/KgGaCDh82R
— Narendra Modi (@narendramodi) April 1, 2023