Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীয়ে স্বামী বিবেকানন্দক তেওঁৰ পুণ্য তিথিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে স্বামী বিবেকানন্দক তেওঁৰ পুণ্য তিথিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে এক্সত এইদৰে পোষ্ট কৰে :

“মই স্বামী বিবেকানন্দক তেওঁৰ পুণ্য তিথিত শ্ৰদ্ধাঞ্জলি জনাইছো। তেওঁৰ শিক্ষাই লাখ লাখ লোকক শক্তি প্ৰদান কৰে। তেওঁৰ গভীৰ জ্ঞান আৰু জ্ঞানৰ নিৰন্তৰ অনুসৰণো অতি প্ৰেৰণাদায়ক। আমি তেওঁৰ সমৃদ্ধ আৰু প্ৰগতিশীল সমাজৰ সপোন পূৰণ কৰাৰ প্ৰতিশ্ৰুতি পুনৰাবৃত্তি কৰিছো।”

*****

DS/TS/MK/AT