প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সকলোকে বিশেষকৈ কাশ্মীৰী পণ্ডিত ভগ্নী আৰু ভাতৃসকলক পৱিত্ৰ জ্যেষ্ঠ অষ্টমী উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছে।
এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়;
“সকলোকে, বিশেষকৈ মোৰ কাশ্মীৰী পণ্ডিত ভগ্নী আৰু ভাতৃসকলক জ্যেষ্ঠ অষ্টমী উপলক্ষে শুভেচ্ছা জনাইছোঁ। সকলোৰে কল্যাণ আৰু সমৃদ্ধিৰ বাবে আমি মাতা ক্ষীৰ ভৱানীৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ।”
***
DS/ST/KG
Greetings to everyone, especially my Kashmiri Pandit sisters and brothers on Jyeshtha Ashtami. We pray to Mata Kheer Bhawani for everyone’s well-being and prosperity.
— Narendra Modi (@narendramodi) June 8, 2022