Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীয়ে শ্ৰী সিদ্দাৰামাইয়া আৰু শ্ৰী ডি কে শিৱকুমাৰক শপত গ্ৰহণৰ বাবে অভিনন্দন জ্ঞাপন কৰে


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী আৰু উপ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ বাবে শ্ৰী সিদ্দাৰামাইয়া আৰু শ্ৰী ডি কে শিৱকুমাৰক অভিনন্দন জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে ‘টুইট’ কৰে:

“কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ বাবে শ্ৰী @siddaramaiah জী আৰু উপ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ বাবে শ্ৰী @DKShivakumar জীক অভিনন্দন জনাইছোঁ। এক ফলপ্ৰসূ কাৰ্যকালৰ বাবে মোৰ শুভেচ্ছা থাকিল।”

****