প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পৰম পূজ্য প্ৰমুখ স্বামী মহাৰাজজীৰ জন্মজয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
বিএপিএছ স্বামীনাৰায়ণ সংস্থানৰ এটা টুইটৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে টুইট কৰে;
“শ্ৰী প্ৰমুখ স্বামী মহাৰাজজীৰ জন্ম জয়ন্তীত মই তেওঁৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। মই নিজকে ধন্য বুলি বিবেচনা কৰোঁ যে মই বহুসময়ত তেওঁৰ সৈতে বাৰ্তালাপ কৰাৰ সুযোগ পাইছিলো আৰু তেওঁৰ পৰা যথেষ্ট মৰমপাইছিলো। সমাজৰ প্ৰতি তেওঁৰ আশ্চৰ্যজনক অগ্ৰণী সেৱাৰ বাবে তেওঁ সমগ্ৰ বিশ্বতে প্ৰশংসিত।”
***
DS/ST
I pay my tributes to HH Pramukh Swami Maharaj Ji on his Jayanti. I consider myself blessed that I got the opportunity to interact with him on multiple occasions and also got a lot of affection from him. He is globally admired for his pioneering service to society. https://t.co/BvaO4pSr90
— Narendra Modi (@narendramodi) December 1, 2022