Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীয়ে শ্ৰী গুৰু নানক দেৱজীৰ পৰকাশ পূৰৱত জনসাধাৰণক শুভেচ্ছা জনাইছে


প্ৰধানমন্ত্ৰী, শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰী গুৰু নানক দেৱজীৰ পৰকাশ পূৰব উপলক্ষে জনসাধাৰণক শুভেচ্ছা জনাইছে।

এটা টুইটত প্ৰধানমন্ত্ৰীয়ে কয়;

“শ্ৰীগুৰু নানক দেৱজীৰ পৰকাশ পূৰৱৰ শুভেচ্ছা থাকিল। তেওঁৰ উদাৰ শিক্ষাই আমাক ন্যায়পৰায়ণ আৰু দয়ালু সমাজ গঢ়াৰ প্ৰচেষ্টাত পথ প্ৰদৰ্শন কৰি যাওক।”