Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীয়ে শ্ৰীমতী মমতা বেনাৰ্জীৰ আশু আৰোগ্য কামনা কৰিছে


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পশ্চিমবংগৰ মুখ্যমন্ত্ৰী শ্ৰীমতী মমতা বেনাৰ্জীক আঘাতৰ পৰা শীঘ্ৰে আৰোগ্য লাভৰ কামনা কৰে।

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছে :

“মমতা দিদীৰ বাবে দ্ৰুত আৰোগ্য আৰু উত্তম স্বাস্থ্যৰ বাবে প্ৰাৰ্থনা কৰিছো।”

 

**********

DS