Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীয়ে যুৱ সঙ্গমৰ দ্বিতীয় পৰ্যায়ৰ বাবে পঞ্জীয়ন কৰিবলৈ যুৱক-যুৱতীসকলক আহ্বান জনায়


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উজ্জ্বলা যোজনাৰ দ্বাৰা দেশৰ বহু মাতৃ-ভগ্নী যথেষ্ট উপকৃত হোৱাত সন্তুষ্টি প্ৰকাশ কৰে।

দেশৰ মাতৃ-ভগ্নীসকলে এই আঁচনিৰ জৰিয়তে লাভ কৰা সুবিধাৰ ওপৰত নিৰ্মিত এটা ভিডিঅ’ টুইটাৰত প্ৰকাশ কৰি জনসাধাৰণক প্ৰধানমন্ত্ৰীয়ে এই বাৰ্তা দিয়ে:

উজ্জ্বলা আঁচনিয়ে আমাৰ দুখীয়া মাতৃ-ভগ্নীসকলৰ জীৱন সহজ কৰি তুলিছে আৰু তেওঁলোকৰ দৈনন্দিন জীৱনক সুখেৰে সমৃদ্ধ কৰি তোলাটো অতি আনন্দদায়ক।

***

DS/TS/MS