প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ মাতৃ আৰু ভগ্নীসকলৰ জীৱনত উজ্জ্বলা আঁচনিৰ প্ৰভাৱক প্ৰশংসা কৰিছে।
উজ্জ্বলা যোজনাই দেশৰ মাতৃ-ভগ্নীসকলক কেনেদৰে লাভান্বিত কৰে সেই সন্দৰ্ভত এটা ভিডিঅ’ শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীয়ে এইদৰে টুইট কৰে;
‘’উজ্জ্বলাই’ যিদৰে আমাৰ দৰিদ্ৰ মাতৃ আৰু ভগ্নীসকলৰ জীৱন সহজ কৰি তুলিছে আৰু তেওঁলোকক সুখেৰে আলোকিত কৰিছে, সেয়া অতি উৎসাহজনক।’
‘उज्ज्वला’ ने जिस प्रकार हमारी गरीब माताओं और बहनों के जीवन को आसान बनाकर खुशियों से रोशन किया है, वो बहुत उत्साहित करने वाला है। pic.twitter.com/bQG5DDQInZ
— Narendra Modi (@narendramodi) April 7, 2023
*************************
DS/TS/KG