Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ লজিষ্টিক্স ক্ষেত্ৰত পৰিৱৰ্তন অনাত ইউনিফাইড লজিষ্টিক্স ইণ্টাৰফেচ প্লেটফৰ্ম (ইউলিপ)ৰ ভূমিকাৰ প্ৰশংসা কৰে


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ লজিষ্টিক্স ক্ষেত্ৰত পৰিৱৰ্তন অনাত ইউনিফাইড লজিষ্টিক্স ইণ্টাৰফেচ প্লেটফৰ্ম (ইউলিপ)ৰ ভূমিকাৰ প্ৰশংসা কৰিছে।

প্ৰধানমন্ত্ৰীয়ে কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী শ্ৰী পীযুষ গোয়েলৰ এটা টুইট শ্বেয়াৰ কৰি টুইট কৰিছে:

লজিষ্টিক্সৰ ছিংগল উইণ্ডপ্লেটফৰ্মেৰে সামগ্ৰী পৰিবহনত অভূতপূৰ্ব পৰিৱৰ্তন আহিছে। ইয়াৰ জৰিয়তে কেৱল সময় আৰু ব্যয় দুয়োটাই ৰাহি হোৱাই নহয়, বৰং ই দেশৰ আত্মনিৰ্ভৰতাতো যথেষ্ট সহায়ক হব।

 **********