প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বীৰ বাল দিৱস উপলক্ষে চাহিবজাদেসকলৰ অতুলনীয় সাহস আৰু ত্যাগৰ কথা স্মৰণ কৰে। প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে মন্তব্য কৰে যে তেওঁলোকৰ ত্যাগ হৈছে বীৰত্বৰ এক উজ্জ্বল উদাহৰণ আৰু নিজৰ মূল্যবোধৰ প্ৰতি প্ৰতিশ্ৰুতি। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মাতা গুজৰী জী আৰু শ্ৰী গুৰু গোবিন্দ সিং জীৰ সাহসিকতাক স্মৰণ কৰে।
প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছে:
“আজি বীৰ বাল দিৱসত আমি চাহিবজাদেসকলৰ অতুলনীয় সাহসিকতা আৰু ত্যাগৰ কথা স্মৰণ কৰিছো। কম বয়সতে তেওঁলোকে বিশ্বাস আৰু নীতিৰ ওপৰত দৃঢ়তাৰে থিয় দিছে আৰু নৱপ্ৰজন্মক তেওঁলোকৰ সাহসেৰে অনুপ্ৰাণিত কৰিছে। তেওঁলোকৰ ত্যাগ হৈছে বীৰত্বৰ এক উজ্জ্বল উদাহৰণ আৰু নিজৰ মূল্যবোধৰ প্ৰতি প্ৰতিশ্ৰুতি। আমি মাতা গুজৰী জী আৰু শ্ৰী গুৰু গোবিন্দ সিং জীৰ সাহসিকতাৰ কথাও স্মৰণ কৰিছো। তেওঁলোকে সদায়ে আমাক অধিক সহানুভূতিশীল সমাজ গঢ়ি তোলাৰ দিশত পথ প্ৰদৰ্শন কৰক।”
Today, on Veer Baal Diwas, we remember the unparalleled bravery and sacrifice of the Sahibzades. At a young age, they stood firm in their faith and principles, inspiring generations with their courage. Their sacrifice is a shining example of valour and a commitment to one’s…
— Narendra Modi (@narendramodi) December 26, 2024
***
MJPS/VJ/MK/BB